February 22, 2021 আজিৰে পৰা পুনৰ আৰম্ভ জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা Share FacebookTwitterWhatsAppTelegramKooEmail আজিৰে পৰা জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা পুনৰ আৰম্ভ হ’ব। উল্লেখযােগ্য যে যােৱা ১১মাহ ধৰি এই ৰে’লসেৱা বন্ধ হৈ আছিল। উত্তৰ ৰে’লৱেৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক ছাকিব ইউছুফে সংবাদদাতাক এই বিষয়ে জানিবলৈ দিয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ দৈনন্দিন বাৰ্তা - August 26, 2026 কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক দৈনন্দিন বাৰ্তা - August 26, 2026 বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা দৈনন্দিন বাৰ্তা - August 26, 2026