Breaking

মাজবাটত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এম্বুলেন্স প্ৰদান বিটিচি প্ৰশাসনৰ

0 31

২৬ জুলাইত ওদালগুৰি জিলাৰ  ওৰাং খন্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য  কেন্দ্ৰত এম্বুলেন্স প্ৰদান  বিটিচি প্ৰশাসনৰ। বৃহৎ মাজবাট  অঞ্চলত থকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ  ৰোগী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি প্ৰশাসনে ৩৯ নং পাচঁনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দীপক মৌৰৰ জৰিয়তে টাটা এক্সপ্ৰেছ এম্বুলেন্স খন  প্ৰদান কৰে । উক্ত অনুষ্ঠানত ওৰাং খন্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰৰ ‘বিপিএম  পংকজ সভাপণ্ডিত, স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক আৰু বিভাৰ্গীয় বিষয়া কৰ্মচাৰীৰ সকল উপস্থিত থাকে ।

Leave A Reply