Breaking

হিতাকাংক্ষী তথা মিত্ৰ বিধায়ক হিচাবে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰথমখন বৈঠক ৷

0 545

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাজনো বিধায়কৰ বিপৰীতে এজন হিতাকাংক্ষী তথা মিত্ৰ বিধায়ক নিয়োগ কৰি সু-পৰিকল্পিতভাৱে তথা সূচাৰুৰূপে কাম-কাজ সমূহ সমাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস সতীৰ্থ বিধায়ক শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য , শ্ৰী অতুল বৰা আৰু শ্ৰী পদ্ম হাজৰিকা সৈতে নিৰ্ধাৰিত এদিন পূৰ্বে বৈঠকত মিলিত হয় ।

এই বৈঠকত ৰাজ্যখনৰ সাম্প্রতিক সময়ৰ পৰিস্থিতি আৰু উন্নয়ন মূলক কাম কাজ সমূহৰ বিষয়ে আলোচনা কৰে।

Leave A Reply