Breaking

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ…

0 99

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ।

উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁ‌ড়ৰ মৃতদেহ। আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি।

৫ দিন পূৰ্বে স্বাভাৱিকভাৱে গঁড়টোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ আৰু চি এইচ ডি সুমন মহাপাত্ৰই।

Leave A Reply