Breaking

Browsing Category

অসম

অসমত যোৱা এমাহত ১.৮ শতাংশলৈ বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ অসমত ক্ৰমাত ভয়াবহ ৰূপ ধাৰন কৰিছে নিবনুৱা সমস্যাই। শেহতীয়াকৈ দেশৰ অৰ্থনীতি পৰ্যবেক্ষণ কেন্দ্ৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতত ছেপ্তেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।
Read More...

জাগীৰোডৰ গোভাত কৃষকৰ মাজত কুকুৰাৰ পোৱালি বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৬ নৱেম্বৰঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ গোভাত পশুপালন ও পশু চিকিৎসা বিষয়া মৰিগাঁৱৰ সৌজন্যত আৰু জিলা  কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কুকুৰাৰ পোৱালি বিতৰণ কৰা হয়। উল্লেখ্য যে অসম চৰকাৰৰ উদ্ভাৱনী কুকুৰা উৎপাদন
Read More...

বিলাসীপাৰাত ৫০ লাখ টকাৰ Sports Mini Stadium কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, বিলাসীপাৰা, ৫ নৱেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টিত বিগত ৭৪ বছৰৰ তুলনাত যোৱা ৫ বছৰত যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম হোৱা দেখা গৈছে। মনকৰিবলগীয়া কথা যে বিধায়ক অশোক কুমাৰ
Read More...

নগাঁৱৰ কঠীয়াতলী চিঙৰাপট্টিত হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ কৰিলে সুহৃদ মুছলমান লোকে

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে "ড: ভূপেন হাজৰিকাৰ এই কালজয়ী গীতটিৰ কথা পুনৰ বাৰ সঁচা অৰ্থত প্ৰতিপন্ন কৰিলে নগাঁও জিলাৰ কেইগৰাকীমান সুহৃদয়বান ব্যক্তিয়ে। এফালে হিন্দু মুছলমানৰ মাজত
Read More...

নগাঁৱত ড০ ভূপেন হাজৰিকাক সোঁৱৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো আজি বিশ্ৰ-বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক তেখেতৰ নৱম মৃত্যু বাৰ্ষিকীত  সুধাকন্ঠ গৰাকীক সোঁৱৰিলে বিভিন্ন দল সং‌গঠনৰ। মহান শিল্পী গৰাকীৰ নৱম মৃত্যু বাৰ্ষিকী
Read More...

গোসাইগাঁওত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট, মহকুমাধিপতিৰ জৰিয়তে…

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁও, ৫ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোসাইগাঁওত। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ(আমছু)ৰ পশ্চিম কোকৰাঝাৰ
Read More...

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৫ নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত নগৰত পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংটিত হয়। অগ্নিকাণ্ডত ভস্মীভূত হ'ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান। নগৰৰ হাস্পতাল ৰোডৰ ফ্ৰেণ্ডছ নামৰ প্ৰতিষ্ঠানখনত সংঘটিত হয় অগ্নিকাণ্ডৰ
Read More...

লাহৰিঘাটৰ গেৰুৱাত বি পি এফৰ এম পি বিশ্বজিত দৈমাৰীৰ নিৰ্বাচনী ৰণডংকা

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৫ নৱেম্বৰঃ কালি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ গেৰুৱাত   United Bodo People's Organization  মৰিগাঁও জিলা  সমিতিৰ উদ্যোগত আয়োজন কৰা  এক  ৰাজহুৱা সভাত   উপস্থিত থাকে  বি পি এফ দলৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ
Read More...

বঙাইগাঁৱত ‘চিদলী ৰাজ্য আৰু বিজনী ৰাজ্যৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থ উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা, বঙাইগাঁও, ৫ নৱেম্বৰঃ বঙাইগাঁৱৰ চাপৰাকাটাত অৱস্থিত কোচ ৰাজবংশী সাহিত্য সভাৰ উপ-মুখ্য কাৰ্যালয়ত আজি এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত  বঙাইগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড:
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৭৭৪১ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৮০ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৭৭৪১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৬৫৫ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৮৬৯৪ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ
Read More...