Browsing Category

মুখ্য-পৃষ্ঠা

পথ নে পথাৰ ধৰিব নোৱাৰা হ’ল দাৰোগাখাট কলবাৰী গাওঁৰ এই পথছোৱা

BTR ওদালগুৰি জিলাৰ টংলা সসীপুৰ দাৰুগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংযোগ হোৱা পথৰ দুৰৱস্থাই, প্ৰতিবছৰে ৰাইজক জ্বলা কলা খুৱাই আহিছে। ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি VCDCৰ অন্তৰ্গত দাৰগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংলগ্ন হোৱা এই
Read More...

এটুকুৰা ৰহস্যজনক কাঠক লৈ মেলেঙত তীব্ৰ কৌতুহল

এটুকুৰা ৰহস্যময় পৌৰাণিক কাঠক লৈ  সৃষ্টি হৈছে তীব্ৰ কৌতুহল।কাঠটুকুৰা চাৱলৈ ভিৰ লাগিছে ৰাইজৰ।টীয়কৰ মেলেং বৰখেলীয়া গাৱত মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে এডাল পৌৰাণিক  কাৰুকাৰ্য্যগঠিত এটুকুৰা কাঠ আৰু কাঠটুকুৰাক লৈ এতিয়া তীব্ৰ কৌতুহল সৃষ্টি হৈছে
Read More...

আজি দেশলৈ উভতিব অলিম্পিক পদক জয়ী মীৰাবাঈ চানু

বিয়লি দিল্লীত উপস্থিত হ’ব মীৰাবাঈ চানু টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে জয় কৰিছিল প্ৰথমটো পদক মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত লাভ কৰে ৰূপৰ পদক
Read More...

অসমৰ দ্ৰুত গতিত চলিত ৰাস্তা পকীকৰণৰ পৰা বঞ্চিত ওৰাং বাসী

মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত অন্যতম বৃত্ত হিচাপে চিহ্নিত ওৰাং চাৰিআলি । আচলতে ওৰাং খনৰ কিছু অংশ চমুৱাগাঁও আৰু তাৰে কিছু অংশ ১ নং শইকীয়া চুবুৰীৰ অন্তৰ্গত এই দুই খন গাঁওৰেই কিছু অংশক লৈ ওৰাং চাৰিআলি অৱস্থিত । বিজেপি নেতৃত্বাধীন চৰকাৰে
Read More...

মান্দাকাটা সাতগাঁওত সন্ধানহীন ক্ষুদ্ৰ ব্যৱসায়ী

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটা গাঁও পঞ্চায়তৰ সাতগাঁওৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী তিনি দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰলোকে জনোৱা অনুসৰি দুই সন্তানৰ পিতৃ দিলনুৰ আলীয়ে
Read More...

সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ বৰগাং চাহ-বাগিচাৰ অস্মিতা কাকতিৰ

সদ্য ঘোষিত আই এছ চি ৰ চুড়ান্ত পৰীক্ষাত উচ্চতৰ মাধ্যমিকত ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান দখল কৰি বৰগাং চাহ বাগিচাৰ অস্মিতা কাকতিয়ে অসমৰ নাম উজ্জ্বলাই তোলা এক সু-খৱৰে অঞ্চলটিত আনন্দৰ লহৰ বোৱা পৰিলক্ষিত হৈছে। অস্মিতা কাকতিয়ে
Read More...

“গ’ ফৰ গ্ল’ৰী, লাভলীনা”: নাজিৰাৰ ৰাজপথত মটৰ চাইকেল ৰেলী

অসমৰ প্ৰথম গৰাকী মহিলা এথলেট হিচাপে জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা অলিম্পিকত অংশ গ্ৰহণৰ বাবে  ইতিমধ্যে জাপানত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনাই নাজিৰাৰ ৰাজপথত মটৰ চাইকেল ৰেলী । ডেৰ শৰো অধিক মটৰ চাইকেলেৰে যুৱক, মহিলা তথা
Read More...

দৰংৰ কটৰাত “আশা”ৰ স্বাস্থ্য সম্বন্ধীয় বয়বস্তু বিতৰণ

অসমৰ অগ্ৰণী বেচৰকাৰী সামাজিক স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান হাৰ্ট কেয়াৰ চচাইটি অসমৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান "আশা"ৰ সহযোগত কটৰা অঞ্চলৰ ১ নং গংগাপুখুৰী প্ৰাথমিক বিদ্যালয়ত ১৫৫ ঘৰ দুখীয়া পৰিয়ালৰ মাজত ক’ভিদ সাহায্য বিতৰণ কৰা হয় ৷ হাৰ্ট কেয়াৰ
Read More...

বৰালিমাৰী খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰীত আজি কিছু দিনৰ পৰা সংঘটিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেবাটাও পৰিয়ালৰ ঘৰ ভেটি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে বৰালিমাৰীৰ কালি মন্দিৰটোও খহনীয়াত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত যোৱা ২৩
Read More...

ৰঙিয়া পৌৰসভা আৰু ‘সাধনা’ৰ উদ্যোগত চাফাইকৰ্মীৰ সৈতে মত বিনিময় অনুষ্ঠান

স্বচ্ছ, নিকা আৰু সেউজ ৰঙিয়া গঢ়িবলৈ 'ৰঙিয়া পৌৰসভা' আৰু স্বেচ্ছাসেৱী সংস্থা 'সাধনা'ৰ যুটীয়া উদ্যোগত পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাৰ সভাপতিত্বত ৰঙিয়া কৃষক শ্বহীদ ভৱন চাফাই কৰ্মীসকলৰ লগত এখনি সভা অনুষ্ঠিত হয়। কাৰ্যক্ৰমত ৰঙিয়া
Read More...