ৰাজপথত চলাব নোৱাৰিব যিকোনো বাহন।দুগুণ পৰ্যন্ত বৃদ্ধি কৰা হ'ব পাৰ্কিং।১ নৱেম্বৰৰ পৰা সম্পূৰ্ণৰূপত বন্ধ হ'ব বৃহৎ নির্মাণ কার্য।নিৰ্মাণ কাৰ্যৰ লগতে বন্ধ থাকিব প্রদূষণ সৃষ্টিকাৰী উদ্যোগ।
সোণাপুৰৰ মাৰ্গদৰ্শনত বাহিনী মুখ্য কাৰ্যালয় চৌহদত এটি যোগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত বাহিনীৰ মুঠ ১২৫ গৰাকী জোৱানে উৎসাহেৰে অংশগ্ৰহণ কৰে।