Browsing Category

ৰাইজৰ বাৰ্তা

শক্তি বিভাগৰ বিৰুদ্ধে মাজুলীত আছুৰ প্ৰতিবাদ; কাৰ্যালয় ঘেৰাও

উজনি-মাজুলী : লোডশ্বেদিঙৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে উজনি মাজুলীৰ জনসাধাৰণ ৷ উৎকট গৰমে যি সময়ত ৰাজ্য দহিছে সেই সময়ত উজনি মাজুলীত বিদ্যুৎ কৰ্টনে ৰাইজক জ্বলা কলা খুৱাইছে ৷ আজি জেংৰাই আঞ্চলিক ছাত্ৰ সন্থা আৰু ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ
Read More...

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণক লৈ দেশবাসীৰ অভূতপূৰ্ব সহাৰি : ৰাম মন্দিৰৰ ভূমি পুজনক লৈ গুৱাহাটীত পূজা…

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ পাচশ বছৰীয়া প্ৰতীক্ষাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিলে৷ ইয়াকে লৈ দেশবাসী জনসাধৰণে যথেষ্ট উৎসাহী হোৱা দেখা গৈছে৷ ইয়াৰ
Read More...

কৃষক নেতা অখিল গগৈ আৰু দেৱাঙ্গনা কলিতাৰ বিনা চৰ্তে মুক্তিৰ দাবীত নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ…

নলবাৰী : আজি নলবাৰী চহৰৰ এন টি ৰোডত কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। প্ৰায় শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে অখিল গগৈ আৰু দেৱাঙ্গনা কলিতা মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে
Read More...

আত্মহত্যাই শেষ পথ নেকি ?

✍ভুপেশ খাটনিয়াৰ আত্মহত্যাকে কিয় শেষ পথ হিচাপে লয়। আত্মহত্যাৰ দ্বাৰা যিকোনো জটিল পথৰ সমাধান নহয়। কেতিয়াওতো কোনো  সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ শুদ্ধ পথ হ'ব নোৱাৰে? মানুহৰ জীৱনত উত্থান-পতন, ঘাট-প্ৰতিঘাট, সুখ-দুখ  থাকিবই। এয়াইতো জীবন।
Read More...

টীয়কৰ ভগামুখৰ নাম উজ্বলালে নিৱেদিতা দত্তই : সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত লাভ কৰিল ৬৯৭ সংখ্যক…

দৈনন্দিন বার্তা, হাঁহচৰা : আজি ঘোষিত হোৱা সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৬৯৭ সংখ্যক স্থান লাভ কৰি জন্মস্থান যোৰহাট জিলাৰ টীয়ক ভগামুখলৈ সন্মান কঢ়িয়াই আনিছে নিৱেদিতা দত্তই ৷নিবেদিতাৰ পিতৃ কৃষ্ণকান্ত দত্ত বৰ্তমানে অৱসৰ লৈ পুনেৰ এটা
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ খিলঞ্জীয়া মুছলিম জনগোষ্ঠীৰ সংবাদমেল

নাজিৰা : "চৰকাৰ সলনি হ'ল, কিন্তু বাংলাদেশী লবিৰ প্ৰভাৱৰ পৰা চৰকাৰ মুক্ত নহ'ল।" শাসনাধিষ্ট চৰকাৰ খনৰ বিৰূদ্ধে এই গুৰুতৰ অভিযোগ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী সমিতিৰ। ইছলাম ধৰ্মী খিলঞ্জীয়া সংগঠনৰ উমেহতীয়া মঞ্চ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী
Read More...

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাখী বন্ধন পালন

উজনি-মাজুলী : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ.ভি.বি.পি.ৰ মাজুলী জিলাৰ কাৰ্যকৰ্তাসকলে পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা মাজুলীত কৰ্মৰত ক'ৰণা যোদ্ধা তথা সমাজৰ গণ্যমান্য ব্যক্তিসকলক ৰাখী পিন্ধাই ভাতৃত্ব আৰু একতাৰ নিদৰ্শন দাঙি ধৰে। অখিল ভাৰতীয়
Read More...

চৰকাৰৰ ভুল বিত্তীয় সিদ্ধান্তলৈ আঙুলীয়ালে বিৰোধী দলপতিয়ে : ১৪ শতাংশ জিএচটি ৰ অংশ ৰাজ্যক নিদিয়াক লৈ…

নাজিৰা : কৰ'নাৰ সংকটৰ পৰা মূক্তি পাবলৈ লকডাউনৰ জৰুৰী পৰিস্থিতিক সমগ্ৰ দেশবাসীয়ে মানি চলাৰ স্বাভাৱিকতে অৰ্থনীতিত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰা স্বাভাৱিক কথা। কিন্ত্ত ইয়াৰ বাবেই ৰাজ্যসমূহৰ প্ৰাপ্য ১৪ শতাংশ কৰৰ ক্ষতিপূৰণক কেন্দ্ৰীয় চৰকাৰে প্ৰদান
Read More...

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা ৷ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে আকৌ দেখুৱাব ভেল্কীবাজ…

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ কালত বঙাইগাঁৱৰ এখন জনসভাত টাই, আহোম, কোচ ৰাজবংশী, মৰান, মটক, চুতীয়া আৰু আদিবাসী  বুলি
Read More...

আমাৰ সমাজত ৰাখী বন্ধনৰ প্ৰাংসগিকতা

✍ অনামিকা ঠাকুৰীয়া ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি
Read More...