September 1, 2023 চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্ত হ’ল চৰাইদেউ জিলাত… Share FacebookTwitterWhatsAppTelegramKooEmail চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্ত হ’ল চৰাইদেউ জিলাত৷ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিলে মন্ত্ৰী যোগেন মহনে৷ পূৰ্বে নাজিৰা মহকুমাত আছিল মৈদাম ক্ষেত্ৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026 প্ৰতিবাদধ্বনিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ মচি পেলোৱা ছবিয়ে দৈনন্দিন বাৰ্তা - June 19, 2026