Breaking

আজি ন্যায়ালয়ত হাজিৰ হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

0 190

বৃহস্পতিবাৰে ন্যায়ালয়ত হাজিৰ হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

উত্তৰাখণ্ডৰ উধমসিং নগৰ জিলা সত্ৰ ন্যায়ালয়ত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাহুল গান্ধী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ।

ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য কৰিছিল।

কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে ৰুদ্ৰপুৰৰ উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ডঃ গণেশ উপাধ্যায়ে অভিযোগ দাখিল কৰিছিল । আনহাতে, দাখিল কৰা অভিযোগৰ শুনানিৰ সময়ত তেওঁৰ বিবৃতি আদালতত লিপিবদ্ধ কৰা হৈছিল।

Leave A Reply