Breaking

বিয়াৰ প্ৰলোভনেৰে শিক্ষকে যৌন নিৰ্যাতন চলালে একাদশ শ্ৰেণীৰ ছাত্ৰীক

0 2,053

শিক্ষকতাৰ বৃত্তিৰ ওপৰত পুনৰ কালিমা সানিলে এজন লম্পট শিক্ষকে। ঘটনাটো গুজৰাট । এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলাই আছিল শিক্ষকে।

কিন্তু বিয়াৰ সময়ত ২৭ বছৰীয়া লম্পট শিক্ষকে বেলেগৰ লগত বিবাহপাশত আৱদ্ধ হ’লৈ লওঁতেই হুৱা-দুৱা লাগে। মযুৰ ৰাণা নামৰ লম্পটটোৰ গণিতৰ শিক্ষক আছিল।

ছাত্ৰীগৰাকীৰ অভিযোগত ভিত্তিত ময়ুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পকছো আইৰ অধীনত আৰক্ষীয়ে সোমাবাৰে গ্ৰেপ্তাৰ কৰি ময়ুৰক সোধ পোছ অব্যাহত ৰাখিছে।

Leave A Reply