প্ৰাক্তন সাংসদ ৰাণী নৰহলৈ CM ভিজিলেন্সৰ চমন। কাইলৈ হাজিৰ হ’ব লাগিব CM ভিজিলেন্সত ।

ৰাণী নৰহৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ। ২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰি হোৱাৰ অভিযোগ।
যোৰহাট জিলাত হেণ্ড টিউবৱেল বহুওৱাৰ নামত কেলেংকাৰি কৰাৰ অভিযোগ। কেলেংকাৰি সন্দৰ্ভত ২০১৭ চনত ৰুজু হৈছিল এটা গোচৰ ।