প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।”” সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ অহৰহ কস্ত কৰি আহিছে।আৰু জনসাধাৰণক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ টীকাকৰণৰ বাধ্যতামূলক কৰিছে যদিও।ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড ভেকচিনৰ নাটনি দেখা গৈছে।সীমিত সংখ্যকে পাই দৈনিক ভেকচিন, বহু সংখ্যকে নিতৌ পুৱা ৫ বজাৰে পৰা দিঘলীয়া শাৰিত অপেক্ষা কৰি ভেকচিন নাপাই ঘূৰি যাৱ লগা হৈ পৰিছে।নাই কনো মাস্ক পাৰিধান নাই কনো সামাজিক দূৰত্ব প্ৰায় ৩০০ জনীয়া শাৰী পাতি ভেকচিন নাপাই উলটি যাৱ লগা হোৱাত ক্ষোভিত হৈ পৰিছে জনসাধাৰণ।
সেয়েহে অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ কাতৰ আহ্বান জনাই যে অতিশীঘ্ৰেই খৈৰাবাৰীৰ সামুহিক স্বাস্থ্যকেন্দ্ৰৰ ভেকচিন নাটনিৰ সমস্যা দূৰ কৰিবলৈ আহ্বান জনাই সচেতন ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি