Breaking

দুলীয়াজানত চোৰাং তেল জব্দ:এজনক আটক

0 519

দুলীয়াজানত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ কৰিবলৈ সক্ষম হৈছে। দুলীয়াজানৰ কঠালগুৰি পাঁচসূতি গাঁৱত আৰক্ষীয়ে চলোৱা অভিযানত অইলৰ চোৰাং কণ্ডেনচেট তেলসহ এজন ব্যক্তিক হাতে-লোটে আটক ধৰিবলৈ সক্ষম হয় । ধৃত লোকজন হৈছে দুলীয়াজানৰ কঠালগুৰি পাঁচসূতি অঞ্চলৰ চুনু সিঙ ওৰফে অশোক সিঙ ।

Leave A Reply