Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত মৃত ঢেকীয়াপটীয়া বাঘ উদ্ধাৰ ।

0 112

দৈনন্দিন বাৰ্তা সেৱা, কলিয়াবৰ

 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ এটা ঢেকীয়াপটীয়া বাঘ। শুক্ৰবাৰে পুৱা উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ জনতা বন শিবিৰ এলেকাত উদ্ধাৰ হয় বাঘৰ মৃতদেহটো।প্ৰায় দুইবছৰীয়া বয়সৰ ঢেকীয়াপটীয়া বাঘটোৰ মৃত্যু আন বাঘৰে অস্তিত্বৰ যুঁজত মৃত্যু হোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ সূত্ৰত প্ৰকাশ। ঘটনাস্থলীতে  মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰাৰ পিছতে দাহ কৰা হয় মৃত বাঘটো।

Leave A Reply