Breaking

ডিব্ৰুগড়ত ২ খন বিমানৰ অৱতৰণত অসুবিধা…

0 32

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন

যাত্ৰী কঢ়িয়াই নিয়া দুখন বিমানৰ অৱতৰণত অসুবিধাৰ সন্মুখীন।

ইণ্ডিগ’ৰ বিমান দুখন প্ৰায় ৫০ মিনিট ধৰি থাকিবলগীয়া হয় আকাশতে।

জানিব পৰা মতে প্ৰতিকুল বতৰ আৰু ইনষ্ট্ৰুমেণ্টেল লেনডিং চিষ্টেম বন্ধ হৈ থকাৰ বাবে অৱতৰণত অসুবিধাৰ সন্মুখীন হৈছিল।

Leave A Reply