Breaking

ডঃ জে বি এক্কাক পৰ্যটন বিভাগৰ প্ৰধান সচিবৰ দায়িত্ব…

0 30

ৰাজ্য চৰকাৰে শনিবাৰে এক নিৰ্দেশ যোগে বন আৰু পৰিবেশ, ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদক অতিৰিক্ত ভাবে অসম প্ৰশাসনিক ট্ৰিবুনেলৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰে।

একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডঃ জে বি এক্কাক অতিৰিক্ত ভাবে পৰ্যটন বিভাগৰ প্ৰধান সচিব হিচাপে দায়িত্ব অৰ্পণ কৰে।

Leave A Reply