Breaking

ৰে’লৰ আগত জপিয়াই আত্মহত্যা ড্ৰাগছ আসক্তৰ।

0 526

ৰে’লৰ আগত জপিয়াই আত্মহত্যা এজন ড্ৰাগছ আসক্ত লোক এজনৰ। আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা লোকজনৰ নাম ৰমেন দাস(৩২)।জানিব পৰা দিয়া অনুসৰি দীৰ্ঘদিনে ড্ৰাগছ সেৱন কৰি পত্নী আৰু মাতৃক নিৰ্যাতন চলাই আহিছিল ৰমেন দাসে। আত্মহত্যাৰ আগমুহূৰ্ততো পাৰিবাৰিক কন্দলত লিপ্ত হৈছিল পুত্ৰ-স্বামী-পিতৃ ৰমেন দাসে। বিগত ২বছৰৰ পৰা ড্ৰাগছ সেৱন কৰি আহিছিল ৰমেন দাসে। এগৰাকী চালক হিচাপে পৰিচিত ৰমেন দাস পূৰ্বে দুই বছৰ বকো থানাত চালক হিচাপে কৰ্মৰত আছিল।

Leave A Reply