November 21, 2020 ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ Share FacebookTwitterWhatsAppTelegramKooEmail আজি পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মণিপুৰৰ সেনাপতিত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। Author: দৈনন্দিন বাৰ্তা Related Articles চুতীয়া ছাত্ৰ নেতা নিজন্ত চুতীয়াৰ আকস্মিক বিয়োগশিক্ষামন্ত্ৰী,বিধায়ককে ধৰি বিভিন্ন জনৰ শোক প্ৰকাশ দৈনন্দিন বাৰ্তা - June 24, 2026 দিছপুৰ প্ৰেছ ক্লাবৰ ‘এই মাহৰ অতিথি’ অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস দৈনন্দিন বাৰ্তা - June 24, 2026 নলবাৰীৰ বৰক্ষেত্ৰীৰ ১ নং জয়সাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠা দিৱস পালন দৈনন্দিন বাৰ্তা - June 24, 2026