Breaking

ধেমাজি জিলাত আয়োজিত ‘মেৰী মাটি, মেৰা দেশ’ অভিযানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ…

0 53

ভাৰতীয় জনতা পাৰ্টি, ধেমাজি জিলা সমিতিৰ সৌজন্যত ধেমাজি বিধানসভা সমষ্টি ভিত্তিত আয়োজিত ‘মেৰী মাটি, মেৰা দেশ’ অভিযানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হ’ল শিক্ষামন্ত্ৰী ৰণোজ পেগু।


এই অভিযানৰ অংশস্বৰূপে দেশমাতৃৰ হকে সৰ্বোচ্চ ত্যাগ কৰা ‘বীৰ’ স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালক সন্মান

জনাই আমাৰ দেশখনক প্ৰগতি আৰু উন্নয়নৰ নতুন শিখৰত উপনীত কৰাৰ ‘পঞ্চ প্ৰাণ’ সংকল্প লৈ মন্ত্ৰী ৰণোজ পেগু।

Leave A Reply