Breaking

Browsing Category

শিক্ষা

গুৱাহাটীবাসী বজেলীয়া সমাজৰ শিক্ষক সম্বৰ্ধনাৰ সফল সামৰণি

মঙলবাৰে গুৱাহাটী জি. এছ. ৰোডত অৱস্থিত ল’জ কুঞ্জলতাত গুৱাহাটীবাসী বজেলীয়া সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা দুুদিনীয়াকৈ পালন কৰা শিক্ষাবিদ কামেশ্বৰ দাসৰ স্মৃতি দিৱসৰ সফল সামৰণি পৰে৷ মঙলবাৰৰ কাৰ্যসূচীত পুৱা ডক্টৰ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ আৰু
Read More...

লাহৰীঘাটৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহ মালহেৰে শিক্ষক দিৱস পালন

সমগ্র দেশে মঙলবাৰে ভাৰতৰ প্ৰয়াত উপ ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দেৱৰ ১৩৫ তম জন্মদিনৰ লগতে ৬২ তম শিক্ষক দিৱস উলহ মালহেৰে পালন কৰে। তাৰে লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ লাহৰীঘাট কণিষ্ঠ মহাবিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক
Read More...

জামুগুৰিহাটত ১৪১ গৰাকী অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীক ‘গুৰুসেৱা’

শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত জামুগুৰিহাটৰ ধলাইবিল সাহিত্য সভা ভৱনত নদুৱাৰ শিক্ষাখণ্ডৰ অধিনৰ প্ৰাথমিক পৰ্যায়ৰ অৱসৰী ১৪১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক “গুৰুসেৱা” অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
Read More...

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৬২ সংখ্যক শিক্ষক দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত মঙলবাৰে শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত দাৰ্শনিক পণ্ডিত তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰতিখন শিক্ষানুষ্ঠানত উলহমালহেৰে শিক্ষক দিৱস উদযাপন কৰে৷
Read More...

মৰিগাঁৱত শিক্ষক দিৱসত ৪৩ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬২সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিষ্ণু প্ৰসাদ
Read More...

শিক্ষক দিৱস উপলক্ষে গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

শিক্ষক দিৱস উপলক্ষে মঙলবাৰে দিনৰ ১২ বজাত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাঁটাৰীয়া গোলঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় )ত উপস্থিত হয়।
Read More...

৩৪ বছৰে বিনা পাৰিশ্ৰমিকত শিক্ষাদান কৰা ব্যাসকুছিৰ এগৰাকী শিক্ষকৰ কৰুণ গাঁথা; গাঁঠিৰ ধনেৰে কিনিছিল…

দেশৰ মহান শিক্ষাবিদ, প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনত গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আদৰ্শ জীয়াই ৰখাৰ লগতে মমবাতিৰ দৰে নিজে গলি গলি ছাত্ৰ-ছাত্ৰীৰ জীৱনত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা, ভক্তি, সন্মান
Read More...

শিক্ষক দিৱসৰ দিনাই এগৰাকী শিক্ষয়িত্ৰীয়ে গৌৰৱান্বিত কৰিলে অসমবাসীক

২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত যোৰহাট বাল্য ভৱন হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী কৰবী গগৈক ভাৰত চৰকাৰৰ এগৰাকী শিক্ষয়িত্ৰী ৰূপে নিমন্ত্ৰণ কৰা হৈছে।
Read More...

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস পালনঃ ২৫ জন কৃতী…

মঙলবাৰে সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত আৱেলি ২ বজাত শিক্ষক দিৱস পালন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত শিক্ষক দিৱস পালন কৰা হয়।
Read More...

জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সধাৰণ সভা

কুৰি শতিকাৰ চতুৰ্থ দশক অৰ্থাৎ ১৯৩৭ চনতে মৰিগাঁও জিলাৰ বৃহত্তৰ জালুগুটি অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ ৮৬ বছৰ পাছত দেওবাৰে পুৱা ১০ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ সাধাৰণ
Read More...