Breaking

Browsing Category

শিক্ষা

কৃতী শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত শৈক্ষিক ৱেবছাইট মুকলি

ছাত্ৰ-ছাত্ৰীৰ উপকৃত হোৱাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ক হোৱাৰ লক্ষ্যৰে আজি বৰপেটা চহৰত বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্র শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই www.uday4u.com নামৰ এক শৈক্ষিক ৱেবছাইট উদ্বোধন কৰে।
Read More...

ঢকুৱাখনা বি.এড. মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

“এখন সমাজ সু-শৃংখলিত হৈ চলিবলৈ সৎ মানুহৰ প্ৰয়োজন। মানুহ সৎ হ’বলৈ হ’লে সৰল, বিনয়ী, নম্ৰ আৰু সু-শিক্ষিত হ’ব লাগিব। কিন্তু বৰ্তমান সময়ত সু-শিক্ষিত মানুহ সৃষ্টি কৰাটোৱেই আটাইতকৈ টান কাম”- এই মন্তব্য পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
Read More...

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন…

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন চকিৰভিঠা হাইস্কুলত ৰাষ্ট্ৰীয় বিজ্ঞান মনষ্কতা দিৱস উদযাপন ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ উদ্যোগত আৰু চকিৰভিঠা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি দিনৰ
Read More...

দলগাঁৱৰ কৌপাটীত শিক্ষয়িত্ৰীৰ বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

এগৰাকী শিক্ষয়িত্ৰী বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। বিদ্যালয়ৰ খনৰ অধ্যক্ষক ঘেৰি ধৰি উত্তৰ বিচাৰিলে ছাত্ৰ ছাত্ৰীসকলে। "আগতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়ক তাৰ পিছত
Read More...

শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ ব্যতিক্ৰমী কাৰ্যসূচী “জীৱনৰ সতে”

নতুন প্ৰজন্মৰ শৈক্ষিক, সংস্থাপন, স্বনিয়োজন আদি বিষয় সমূহক সামৰি শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাই "জীৱনৰ সতে" শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এই কাৰ্যসূচীৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলক
Read More...

গোগামুখ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উন্মোচন ৪২বছৰীয়া দস্তাবেজ-স্মৃতিগ্ৰন্থ

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভাখন মঙলবাৰে গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত হোৱা নৱাগত
Read More...

কাইলৈ সন্ধিয়ালৈ খোলা থাকিব বিদ্যালয় ! বিদ্যালয়ত দেখুৱাব লাগিব চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ…

বিদ্যালয় চৌহদত চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে।
Read More...

যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেন্সন ব্যৱস্থাৰ পুনৰ প্ৰবৰ্তনৰ দাবীত সৰ্বাত্মক…

সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সংস্থাই নতুন পেন্সন নীতি প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত ২২ আগষ্টৰ পৰা ২৩ আগষ্টলৈ দুদিনীয়াকৈ আহ্বান কৰা সৰ্বাত্মক কৰ্মবিৰতি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো ৰূপায়ন কৰিছে।
Read More...

শিক্ষকৰ ড্ৰেছ ক’ড সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য – ‘শিক্ষকৰ সাজ-পোছাকক লৈ বিতৰ্ক হোৱাৰ বাবেই…

'শিক্ষকৰ সাজ-পোছাকক লৈ বিতৰ্ক হোৱাৰ বাবেই নিৰ্দেশনা উলিয়াব লগা হৈছে। নিৰ্দিষ্ট দুই-এজনক শৃংখলিত কৰিবলৈ এনে
Read More...

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান

"মানৱীয় প্রমূল্যবোধত উদ্বুদ্ধ শিক্ষাইহে প্ৰকৃত শিক্ষা। সেয়ে ছাত্ৰ-ছাত্ৰীসকল সজাগ সচেতন হ-ব লাগে"-সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পানেৰী আঞ্চলিকৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক কোচ ৰাজবংশী মূল, যুব আৰু মহিলা সন্মিলনীৰ সহযোগত অনুষ্ঠিত বিশেষ
Read More...