Breaking

Browsing Category

শিক্ষা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ ছেবাৰ ! শিক্ষাৰ্থীয়ে OMR শ্বীটত দিব মেট্ৰিক…

জাননী অনুসৰি শিক্ষাৰ্থীসকলে ইতিমধ্যেই গুণোৎসৱৰ জৰিয়তে অ'এমআৰ শ্বীটৰ সাম্যক ধাৰণা লাভ কৰাৰ হেতুকে ২০২৪ বৰ্ষত ৫০ শতাংশ প্ৰশ্নোত্তৰৰ বাবে অ'এমআৰ শ্বীটৰ ব্যৱস্থা কৰা হ'ব।
Read More...

তিনিটা পৰ্যায়ত ৰাজ্যত পুনৰ গুনোৎসৱ। নৱবৰ্ষৰ জানুৱাৰীৰ পৰা গুনোৎসৱ…

নৱবৰ্ষৰ আৰম্ভনিতেই ৰাজ্যত পুনৰ আৰম্ভ হব গুনোৎসৱ। তিনিটা পৰ্যায়ত অনুষ্ঠিত হব গুনোৎসৱ। ইতিমধ্যে শিক্ষা বিভাগে এই বিষয়ে ঘোষনা কৰি প্ৰথম পৰ্যায়ত ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰী পৰ্যন্ত ১০ খন জিলা সামৰি লোৱা হৈছে। সেইমৰ্মে প্ৰথম পৰ্যায়ত বৰপেটা,
Read More...

কামৰূপ জিলাৰ মামণি কলিতালৈ ‘২০২৩ বৰ্ষৰ কৃতী শিক্ষক বঁটা’

৫ ছেপ্তেম্বৰ " শিক্ষক দিৱস" উপলক্ষ্যে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা জিলা কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মামণি কলিতালৈ
Read More...

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন…

ঘোষণা কৰা হ'ল ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন। তথ্য অনুসৰি ৰাজ্যত ৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব ৫ম পৰ্যায়ৰ গুণোৎ‍সৱ।
Read More...

কৃতী শিক্ষয়িত্ৰী আভা গোস্বামীৰ দেহাৱসান

মহানগৰীৰ ছেইণ্ট মেৰীজ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আভা গোস্বামীৰ আকস্মিক বিয়োগ। তেখেতৰ আকস্মিক বিয়োগত ছেইণ্ট মেৰীজ বিদ্যালয়ৰ শিক্ষাৰ্থী অভিভাৱকৰ লগতে শিক্ষক কৰ্মচাৰী সমাজ আৰু বহু গুণমুগ্ধই
Read More...

“ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত অসমৰ সুসন্তান কুমুদ কলিতাক নতুন দিল্লীত উষ্ম…

আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰপৰা 'ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩' লাভ কৰা মানৱদৰদী কুমুদ কলিতাক নতুন দিল্লীত লগ পাই উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে উল্লেখ কৰে, "নিৰলস প্ৰচেষ্টা আৰু নীৰৱ সাধনাৰে
Read More...

হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মঙলবাৰে হাফলঙত আয়োজিত জিলা ভিত্তিক শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিমা হাচাও জিলাৰ ১৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত
Read More...

শিক্ষক দিৱসৰ দিনাই শিক্ষাগুৰুক সম্বৰ্ধনা জনাই হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ…

নলবাৰী জিলাৰ বৃহত্তৰ হাৰিভাঙ্গা গাঁৱৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবছৰে তেওঁলোকৰ শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ দিনা সম্বৰ্ধনা জনোৱাৰ
Read More...

বৰপেটা জিলাৰ আঠ গৰাকী কৃতী শিক্ষকলৈ বঁটা

বৰপেটা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত মঙলবাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক জিলা ভিত্তিক শিক্ষক দিৱস উদযাপন কৰা হয় ৷ বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত ( শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই শিক্ষক
Read More...

ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে নগাঁৱত ২৮গৰাকী শিক্ষকক কৃতী শিক্ষক বঁটা প্ৰদান

"শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণ কৰা এক জীৱনযোৰা প্ৰক্ৰিয়া। সু- শিক্ষাৰ জৰিয়তেহে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সঠিক দিশত আগুৱাই নিব পৰা যাব।"- এই মন্তব্য নগাঁৱস্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাৰ।
Read More...