শিক্ষা

অসম হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰতে ২য় স্থান লাভ কৰিছে অভয়াপুৰী পিৰাধৰা হাইমাদ্ৰাছাৰ ছাত্র মুস্তাক আহমেদে

অসম হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰতে ২ য় স্থান লাভ কৰিছে অভয়াপুৰী পিৰাধৰা হাইমাদ্ৰাছাৰ ছাত্র মুস্তাক আহমেদে। ছাত্র গৰাকীয়ে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক পোৱাৰ লগতে...

মানিকপুৰত বা-বেতৰ কাম কৰি সুখ্যাতিৰে উৰ্ত্তীণ হ’ল ছানিয়াৰা খাতুন। চিকিৎসক হোৱাৰ সপোন ছানিয়াৰাৰ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মানিকপুৰৰ ২নং বালাৰচৰ গাৱৰ আবুল কালাম আজাদৰ জীয়ৰী ছানিয়াৰা খাতুন। আৰ্থিক দৈন্যতাৰ মাজতো প্ৰৱল ইচ্ছা থাকিলে...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ এগৰাকী মহিলাই কিয় চৰ্চা লাভ কৰিছে

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী মহিলাই। ৪৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মহিলা গৰাকীয়ে দিলে এক যোগাত্মক...

কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল

কামপুৰত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ বাসগৃহত কান্দোনৰ ৰোলষ কিন্তু কিয়? কিয় দুখত ভাঙি পৰিছে দুৰ্ভগীয়া...

কামৰূপ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে গৰৈমাৰীৰ নৱম স্থানপ্ৰাপ্ত তাবিবুল হকে

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত নৱম স্থান দখল কৰি বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাঁহচৰী গাঁৱৰ তাবিবুল হকে৷ তাবিবুলে অসমীয়াত ৯৫, ইংৰাজীত...

Popular