শিক্ষা

গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয় লৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰী নেনছি খেতোৱাতে

সদ্য ঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলে ধুবুৰী জিলা লৈ সুনাম কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে। উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ...

নগাঁৱত কলা শাখা আৰু বিজ্ঞান শাখাৰ সাফল্য

কলা শাখাতৃতীয় স্থান :- নীলয় কুৰ্মী(৪৮৩)ৰামানুজন জুনিয়ৰ কলেজপঞ্চম স্থান :- প্ৰত্যুশ প্ৰতিম বৰা(৪৮০)কনচেপ্ট জুনিয়ৰ কলেজষষ্ঠ স্থান :-উপাসনা শইকীয়া(৪৭৮)দশম স্থান :- মেঘনা বৰা (৪৭৩)ৰামানুজন জুনিয়ৰ...

নৱম স্থান দখলেৰে গোলাঘাটলৈ গৌৰৱ কঢ়িয়ালে ৰাস্না গগৈয়ে

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক কলা শাখাৰ চৃড়ান্ত পৰীক্ষাত গোলাঘাটৰ ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী ৰাস্না গগৈয়ে নৱম স্থান দখল কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই...

আৰ্থিক দৈনতাক নেওচি চাপৰৰ এগৰাকী যুৱতীৰ কৃতিত্ব

আৰ্থিক দৈনতাক নেওচি চাপৰৰ এগৰাকী যুৱতীৰ কৃতিত্ব।আজিৰ যুগত হাৰিকেনত পঢ়ি কৃতিত্ব অৰ্জন কৰিলে এই যুৱতীগৰাকীয়ে।দৰিদ্ৰতা শিক্ষাৰ বাবে কেতিয়াও হেঙাৰ হোৱা নাছিল এই কথা প্ৰমাণ...

কলা শাখাত ৬ষ্ঠ স্হান লাভ কৰিছে ৰোজী ৰৌচনে

হাজো সমষ্টিৰ অন্তৰ্গত আমাৰ গাঁও তথা জাপিয়াৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ৬ষ্ঠ স্হান প্ৰাপ্ত ৰোজী ৰৌচনলৈ আন্তৰিক অভিনন্দন জনালোঁ৷

Popular