June 20, 2021 কলাগুৰুৰ সমাধিত নৃত্য-গীতৰ দ্বাৰা একাজলী শ্ৰদ্ধাঞ্জলি Share FacebookTwitterWhatsAppTelegramKooEmail কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ মৃত্যু তিথিত তেখেতৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কলাগুৰুৰ জেষ্ঠ পুত্ৰ তথা তেজপুৰ সমস্তিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই। লগতে সহযোগ কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেন চন্দ্ৰ দাসে। Author: দৈনন্দিন বাৰ্তা Related Articles বিশ্ব খ্যাত কৃষি বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ শেষকৃত্য সম্পন্ন, চাপৰত গুণমুগ্ধৰ ভিৰ দৈনন্দিন বাৰ্তা - July 8, 2026 মঙলদৈত উচ্ছেদিত পৰিয়ালক পুনঃস্থাপনৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট দৈনন্দিন বাৰ্তা - July 8, 2026 শ্বহীদ পিয়লি ফুকন–জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি আৰু দিচাং নদীৰ গৰাখহনীয়া ৰোধৰ দাবী জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দৈনন্দিন বাৰ্তা - July 8, 2026