Breaking

বিশিষ্ট শিক্ষাবিদ, লেখক চাও ডিম্বেশ্বৰ চেতিয়া একাধিক ৰোগত আক্ৰান্ত হৈ হস্পিটেলত চিকিৎসাধীন…

0 103

খোৱাং পিথুবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, লেখক চাও ডিম্বেশ্বৰ

চেতিয়া একাধিক ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে৷ মৰাণ, খোৱাং আৰু

ডিব্ৰুগড়ৰ শিক্ষাজগতৰ মহীৰূহস্বৰূপ চেতিয়াদেৱৰ আশু আৰোগ্য কামনা ৷

Leave A Reply