Breaking

কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।

0 2,110

কোৰোণাক পৰাস্ত কৰি সুস্থ শৰীৰে ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।  GMCHত ১৫ দিন ধৰি কোৰণাৰে যুজি আছিল সাহিত্যিকগৰাকী। শুকুৰবাৰেই বৰগোহাঞিৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও আজিহে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় সাহিত্যিক গৰাকীক।যোৱ ২৪ এপ্ৰিলত সাহিত্যিকগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোণাৰ ভাইৰাছ। লগে লগে তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত।৮৮ বছৰীয়া স্বনামধন্য সাহিত্যিক গৰাকী কোৰোণাত আক্ৰান্ত হোৱা বাতৰিয়ে সকলোকে মৰ্মাহত কৰিছিল যদিও আজি এই খবৰে সকলোৰে মনত এক ইটিবাচকতাৰ সঞ্ছাৰ কৰিছে ।

Leave A Reply