Breaking

Browsing Category

বিনোদন

অভিনেতা ছানি দেউল কৰোনা পজিটিভ

বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউল কৰোনাত আক্ৰমণ । মঙ্গলবাৰে হিমাচলৰ স্থাস্থ্য সচিবে এইকথা প্ৰকাশ কৰে । অভিনেতাৰ লগতে ছানি দেউল ভাৰতীয় জনতা পাৰ্টীৰ গুৰদাসপুৰৰ সাংসদ । পাতলীয়া জ্বৰত ভোগাৰ বাবে অভিনেতা তথা সাংসদ গৰাকীৰ কৰোনা টেষ্ট কৰোঁ হয়
Read More...

চতুৰ্থ জাপানীজ চলচিত্ৰ মহোৎসৱ

মৰিগাঁও, ১ ডিচেম্বৰ : অহা ৪ ডিচেম্বৰ ২০২০ ইং তাৰিখৰ পৰা ১৩ ডিচেম্বৰ ২০২০ ইং তাৰিখলৈ জাপান ফাউণ্ডেশ্যনে চতুৰ্থ চলচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ যো-জা চলাইছে । এইবেলি এই চলচিত্ৰ মহোৎসৱ সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু অন লাইন যোগে প্ৰদৰ্শন কৰা হব ।
Read More...

ভাৰতী সিঙক বাহিৰ কৰা হ’ল দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা !

জনপ্ৰিয় দ্যা কপিল শৰ্মা শ্ব'ৰ পৰা বাহিৰ কৰা হ'ল জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙক । কেইদিনমানৰ পূৰ্বে ভাৰতী আৰু তেওঁৰ স্বামীৰ বাসগৃহত অনচিবিয়ে অভিযান চলাই ড্ৰাগচ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । এই গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত বৰ্তমানলৈকে
Read More...

ফিল’কাপৰ ছেমিফাইনেলত প্ৰৱেশ টেঙাখাট এফ. চি.

ডিৰাক সীমান্ত, ৩০ নৱেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল'বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল'বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণমূলক ২২ সংখ্যক "ফিল'কাপ ২০২০" ফুটবল প্ৰতিযোগীতাৰ আজি প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হয়
Read More...

সামৰণি পৰিল জামুগুৰিহাটৰ ৰাস মহোৎসৱ ; প্ৰাণভৰি উপভোগ কৰিলে শ্ৰীকৃষ্ণৰ চন্দোময় নৃত্য

জামুগুৰিহাট, ৩০নৱেম্বৰ : শৰতৰ বিতোপন নিশা চন্দ্ৰমাৰ পোহৰত  উদ্ভাষিত মায়াময় পৰিৱেশত কালি  উদযাপন হ'ল জামুগুৰিহাটৰ থেকেৰাগুৰিৰ  ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ ৰাস মহোৎসৱ । ১৯৫৭চনৰ পৰাই ৰাস পূৰ্ণিমাৰ দিনা অবিৰত ভাৱে উদযাপন কৰি অহা এই ৰাস মহোৎসৱ
Read More...

ঐতিহ্যমণ্ডিত কুঁঁজীডাহ যুৰীয়া নামঘৰত বৰ্ণাঢ্য ৰূপত উদযাপিত ৯৬ বছৰ গৰকা ৰাসোৎসৱ

নগাঁও, ৩০ নৱেম্বৰঃ শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন / ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..দেওবাৰে ৰাস পূৰ্ণিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰী কৃষ্ণৰ প্ৰেম তথা ভক্তি ৰসৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা কেলি গোপাল অংকীয়া ভাওনা সমগ্ৰ অসমতে আজি অভিনীত
Read More...

প্ৰয়াত সংগীতকাৰ ৱাজিদ খানৰ পৰিয়ালৰ বিৰুদ্ধে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰাৰ অভিযোগ পত্নীৰ

কৰণাৰ মাজতে ভাৰতৰ সংগীত জগতত মোক্ষম আঘাট সানি পৰলোক গমণ কৰা ৱাজিদ খানৰ পত্নীয়ে তুলিছে এক গুৰুতৰ অভিযোগ। বাজিদৰ মৃত্যুৰ পিছতে শহুৰৰ ঘৰে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰিব কোৱাৰ অভিযোগ উত্থাপন কৰিছে ৱাজিদৰ খানৰ পত্নীৰ। অভিযোগ অনুসৰি ৱাজিদৰ পত্নী
Read More...

গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যৰ ভিতৰতে গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা।শীতৰ এই সময়চোৱাত গুৱাহাটীবাসী সাৱধান হোৱা প্ৰয়োজন দেখা দিছে ।ৰাজ্যত ১৬৩জনৰ দেহত ধৰা পৰিছে কৰণা ভাইৰাছ ।কিন্তু ইয়াৰ ভিতৰত ৬১জনেই কামৰূপ মেট্ৰ’ৰ কৰণা ভাইৰাছত আক্ৰান্ত ।এতিয়ালৈকে
Read More...

জিঅ’ জেমছে মুকলি কৰিলে দুটাকৈ নতুন ব্ৰেন্ড

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ: উত্তৰ পুৰ্বাঞ্চলৰ গ্ৰহৰত্ন আৰু হীৰাৰ ব্যৱসায়ত অন্যান্য সংযোজন ঘটাই পানবজাৰস্হিত জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডে আজি মুকলি কৰে দুটাকৈ নতুন ব্ৰেন্ড ৷ মহানগৰীৰ পানবজাৰৰ স্হিত হোটেল মে’ ফ্লাৱাৰত আয়োজিত এক
Read More...

আৰম্ভ হ’ল ফিল’কাপ, ২০২০ : উদ্বোধনী খেলত ডুমডুমা মৰ্নীং ক্লাৱৰ জয়

ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ বহু প্ৰত্যাক্ষিত ফিল'কাপ ২০২০ আজিৰে পৰা ফিল'বাৰী হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে । অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল'বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা ২২ সংখ্যক
Read More...