Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিনোদন
চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড, বৃহৎ অংকৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma
ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । Amit Shah
আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ, জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিলে যমজ সন্তান, ককাক হ’ল মুকেশ আম্বানী…
বিনোদন
দৈনন্দিন বাৰ্তা
-
November 20, 2022
আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ। ককাক হ’ল মুকেশ আম্বানী । আম্বানীৰ জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিছে যমজ সন্তানৰ । আম্বানী পৰিয়ালে প্ৰকাশ কৰা অনুসৰি...
প্ৰয়াত সিদ্ধাৰ্থ শুক্লালৈ উৎসৰ্গা ফিল্মফেয়াৰৰ ‘ৰাইজিং ষ্টাৰ অফ বলীউড’ বটাঁ; শ্বেহনাজ গীলৰ ভাষণে অনুৰাগীক আৱেগিক কৰি তুলিছে…
জীৱনশৈলী
দৈনন্দিন বাৰ্তা
-
November 20, 2022
বিগ বছ ১৩ৰ ফেম খ্যাত তাৰকা শ্বেহনাজ গিলে তেওঁৰ উৎকৃষ্ট দক্ষতা, অনবদ্য ফেশ্বন সংবেদন আৰু নম্ৰ ব্যক্তিত্বৰ বাবে নিজকে দেশৰ প্ৰিয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ...
জুবিন গাৰ্গলৈ ‘চুকাফা সাংস্কৃতিক সমন্বয় বঁটা’…
অসম
দৈনন্দিন বাৰ্তা
-
November 20, 2022
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা চুকাফা সাংস্কৃতিক সমন্বয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে জীৱনৰ ৫০ টা সোণাৱালী বছৰ অতিক্ৰম কৰা...
নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজনীতি- পাৰ্ট-১”ৰ ট্ৰেইলাৰ মুকলি…
বিনোদন
দৈনন্দিন বাৰ্তা
-
November 20, 2022
গুৱাহাটী, নেক্সষ্টাৰ ষ্টুডিঅ'জৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ "ৰাজনীতি- পাৰ্ট-১"ৰ ট্ৰেইলাৰ কালি মুকলি কৰা হয়। যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে মহাআড়ম্বৰে আয়োজিত 'সৃষ্টিৰ দিন' শীৰ্ষক অনুষ্ঠানত কালি সন্ধিয়া বহু বিশিষ্ট লোকৰ উপস্থিতিত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ অনুষ্ঠানত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক টীম ৰাজনীতিৰ সদস্যসকলৰ লগতে সমৱেত অগণন অনুৰাগীয়ে হৰ্ষোল্লাসেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷ মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত জুবিন গাৰ্গৰ লগতে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ চিত্ৰনাট্য অভিজিৎ ভট্টাচাৰ্যৰ।২৩ ডিচেম্বৰত চলচ্চিত্ৰখনে সমগ্ৰ অসমৰ ছবিগৃহ সমূহত মুক্তিলাভ কৰিব।
ভাইৰেলঃ ৰেচন কাৰ্ডত ‘দত্ত’ৰ সলনি ‘কুট্টা’ বুলি উপাধি ছপা হোৱাৰ পিছত চৰকাৰী বিষয়াক ভুকিলে এজনে…
বিনোদন
দৈনন্দিন বাৰ্তা
-
November 20, 2022
পশ্চিম বংগৰ বাংকুৰা জিলাৰ এজন লোকে ৰেচন কাৰ্ডত উপাধিৰ ‘দত্ত’ৰ পৰিৱৰ্তে ‘কুট্টা’ (কুকুৰ) বুলি ভুলকৈ লিখাৰ পিছত স্থানীয় ব্লক ডেভেলপমেণ্ট অফিচাৰ (বি ডি অ’)ক...
1
...
356
357
358
...
662
Page 357 of 662
Popular
নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা
দৈনন্দিন বাৰ্তা
-
July 24, 2026