Breaking

ফকিৰাগ্ৰাম ৰেলৱে এম্প্লয়িজ ইউনিয়নৰ অধিবেশন

0 1,032

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম ৰেলৱে এম্প্লয়িজ ইউনিয়ন কাৰ্যালয় প্ৰাংগণত এনএফ ৰেলৱে এম্প্লয়িজ ইউনিয়নৰ আলিপুৰদুৱাৰ সংমন্ডলৰ  অধীনৰ ফকিৰাগ্ৰাম শাখাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন হয়।

উক্ত অধিবেশনত এনএফ ৰেলৱে এম্প্ৰোয়িজ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ মুনিন্দ্ৰ শইকীয়া, সভাপতি বিজন দেব ৰয়, কোষাধ্যক্ষ জন দাস,আলিপুৰদুৱাৰ সংমন্ডলৰ সাধাৰণ সম্পাদক সুজিত কুমাৰ মিশ্ৰ, সভাপতি সুব্ৰত গাংগুলী, ফকিৰাগ্ৰাম শাখাৰ কাৰ্যকৰী সভাপতি সুবল ৰায়, উপ-সভাপতি ৰঞ্জিত কৰ, সম্পাদক শংকৰ ৰায় উপস্থিত থাকে।

Leave A Reply