Breaking

নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পথৰ সমীপত ভয়ংকৰ দূৰ্ঘটনা।

0 128

নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পথৰ সমীপত ভয়ংকৰ দূৰ্ঘটনা। স্কুটি সহ পথৰ দাঁতিত পৰি আছে যুৱকৰ মৃতদেহ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ বলাকুছিৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ।যুৱক জনৰ কাষতে স্কুটিখন পৰি থকালৈ চাই দুৰ্ঘটনাত যুৱক জনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৰাইজে ইতিমধ্যে যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা কৰোৱাৰ বাবে নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত AS 15 L – 6667 নম্বৰৰ স্কুটিখন উদ্ধাৰ কৰি থানালৈ লৈ আহে ।

Leave A Reply