May 25, 2024 ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি… Share FacebookTwitterWhatsAppTelegramKooEmail পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি। ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে এই সময়। পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ অব্যাহত থাকিব সেৱা। বন বিভাগে এক জাননীযোগে প্ৰকাশ কৰিছে এই কথা। Author: দৈনন্দিন বাৰ্তা Related Articles ২ লাখ আই মাতৃক মেখেলা-চাদৰ আৰু ২ লাখ শিশুক কাপোৰ আগবঢ়াব বিজেপিয়ে দৈনন্দিন বাৰ্তা - July 26, 2026 আজি ২৭ সংখ্যক কাৰ্গিল বিজয় দিৱস দৈনন্দিন বাৰ্তা - July 26, 2026 চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্তক প্ৰদান কৰিব Family Kit দৈনন্দিন বাৰ্তা - July 26, 2026