Breaking

ৰঙিয়া মহাবিদ্যালয় ছাত্ৰী নিৱাসৰ নিৱাসী সকলৰ সুবিধাৰ্থে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা কিতাপ প্ৰদান…

0 79

ৰঙিয়া মহাবিদ্যালয় ছাত্ৰী নিৱাসৰ নিৱাসী সকলৰ সুবিধাৰ্থে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা কেইখনমান কিতাপ প্ৰদান কৰা হয়।

আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া মহাবিদ্যালয় শাখাই আগন্তুক দিনতো এনেকুৱা কিতাপ, মেগাজিন প্ৰদান কৰি যাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Leave A Reply