Breaking

অহা দুই-তিনিদিনৰ লৈকে হৈ থাকিব ডাৱৰীয়া…

0 55

মঙলবাৰে নিশাৰ পৰা গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত বৰষুণ দি আছে। আনহাতে অহা দুই-তিনি দিনৰ লৈকে বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা। মঙলবাৰে নিশাৰ পৰা ৰাজ্যজুৰি বৰষুণ দি আছে। বুধবাৰে পুৱাৰে পৰা আকাশখন ডাৱৰীয়া হৈ পৰিছে। অসমৰ চুবুৰীয়া ৰাজ্যসমূহতো কিছু বৰষুণত দিছে। শুকুৰবাৰলৈকে এই বৰষুণ অব্যাহত থাকিব পাৰে।

আনহাতে প্ৰদূষিত চহৰৰ তালিকাত স্থান লাভ গুৱাহাটী মহনগৰীৰ। প্ৰদূষণৰ মাজতে অহা এজাক বৰষুণৰ ফলত মানুহ, জীৱ-জন্তু, গছ-গছনি সকলোৱা সকাহ পাইছে।

Leave A Reply