Breaking

ওদালগুৰিত সাংস্কৃতিক মহাসভা গঠন

0 2,074

সাংস্কৃতিক মহাসভা অসমৰ  ওদালগুৰি জিলা সমিতিৰ এখন ৰাজহুৱা  সভা যোৱা ২১মাৰ্চত  জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কাৰ্যলয়ত অনুষ্ঠিত হয়।উক্ত সভাত উপস্হিত থাকি সাংস্কৃতিক মহাসভাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ডক্টৰ হৰিৰাম দাস আৰু জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জন চলিহাই মহাসভাৰ  লক্ষ্য উদ্দেশ্য তথা কাৰ্যপন্থাৰ বিষয়ে সদৰি কৰে সাংস্কৃতিক ভৱাপন্নভাৱে সকলে আগবিঢ়ি আহি শুদ্ধ দিশত সাংস্কৃতিক দিশটো আগবঢ়াই নিয়াৰ যাত্ৰা পথৰ সহযোগী হবলৈ আহ্বান জনায়।নৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ আতধৰে জিলা সমিতিৰ সভাপতি উপ ৰঞ্জিত দাসে।উক্ত সভাতে ৰঞ্জু শৰ্মাক সভাপতি,ৰাজীৱ বৰা আৰু ৰমেন দাসক উপসভাপতি,বনমালী দাসক সম্পাদক, জিতু দাসক  সহকাৰী সম্পাদক হিচাপে লৈ সাংস্কৃতিক মহাসভা অসমৰ  ওদালগুৰি আঞ্চলিক সমিতি খন গঠন কৰা হয়।

Leave A Reply