Breaking

দিল্লীলৈ ৰাওঁনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 2,135

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী দিল্লীলৈ ৰাওঁনা হয় অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল। বৰঝাৰ বিমানবন্দৰৰ পৰা ১২:৩০ মিনিটত ‘ ভিষ্টাৰা ইউ কে-৭২১’ বিমানেৰে ৰাওঁনা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। সূত্ৰ অনুসৰি এক বিশেষ আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তেওঁক তৎকালীনভাৱে মাতি পঠিওৱা হৈছে।

Leave A Reply