October 30, 2023 প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান। ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। নিশা ১.৩৬ বজাত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ। ১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তনমন্ত্ৰীগৰাকী৷ Author: দৈনন্দিন বাৰ্তা Related Articles সত্ৰীয়া সংস্কৃতিৰ সাধক মাণিক বৰবায়নলৈ বিষ্ণু ৰাভা বঁটা দৈনন্দিন বাৰ্তা - June 18, 2026 অম্বুবাচীলৈ মাজত মাত্র ৪ দিনঃ আহি গ’ল SOP দৈনন্দিন বাৰ্তা - June 17, 2026 অম্বুবাচীলৈ ৫ দিন বাকীঃ ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা দৈনন্দিন বাৰ্তা - June 17, 2026