Breaking

আজি নলবাৰীত স্থাপন হ’ব PEPSICO কোম্পানীৰ আধাৰশিলা ! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজনেৰে স্থাপন কৰিব আধাৰশিলা…

0 154

আজি নলবাৰীত স্থাপন হ’ব PEPSICO কোম্পানীৰ আধাৰশিলা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজনেৰে স্থাপন কৰিব আধাৰশিলা।

বনভাগ শোলমাৰী গাঁৱত ৪৪.২০ একৰ ভূমিত নিৰ্মাণ হ’ব কোম্পানীটো। ৭৭৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব প্ৰকল্পটো।

প্ৰকল্পটোত প্ৰত্যক্ষভাৱে সংস্থাপন হ’ব ৪৫০ৰো অধিক নিবনুৱা। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিশেষ উদ্যোগত স্থাপন হ’ব কোম্পানীটো।

Leave A Reply