Breaking

চেন্নাই চিৰিয়াখানাত ৪ টা সিংহৰ দেহত ডেল্টা প্রকৰণৰ ক’ৰোনা

0 520

চেন্নাইৰ আৰিগনাৰ আন্না চিৰিয়াখানাত ক’ভিড-১৯ ৰ ফলত দুটা সিংহৰ মৃত্যু হোৱাৰ এসপ্তাহৰ পিছত, চাৰিটা সিংহৰ দেহত ক’ভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টৰ (বি.1.617.2) পজিটিভ পোৱা গৈছে।

আৰিগনাৰ আন্না চিৰিয়াখানাই ক’ভিডৰ পৰীক্ষাৰ বাবে ১১ টা সিংহৰ নমুনা প্ৰেৰণ কৰিছিল। ৩ জুনত ভূপালৰ এন.এইচ.এছ.এ.ডি.-য়ে প্ৰেৰণ কৰা প্ৰতিবেদন অনুসৰি, ৯ টা সিংহ ক’ৰোনা সংক্ৰমিত হোৱা দেখা যায়।

Leave A Reply