Breaking

বন্ধুত্ব সম্বন্ধটো কোনো তেজৰ সম্পৰ্ক নহয় , বুজাব নোৱাৰা এটা অনুভৱ ! বন্ধুত্ব দিৱসৰ শুভক্ষণত আপুনিও জনাওঁক শুভেচ্ছা…

0 66

বন্ধুত্ব সম্বন্ধটো কোনো তেজৰ সম্পৰ্ক নহয়,

কিন্তু বুজাব নোৱাৰা এটা অনুভৱ।

এজন ভাল বন্ধু প্ৰতিটো ক্ষণতে

তোমাৰ কাষত থাকিব নোৱাৰিব পাৰে,

কিন্তু বিপদৰ সময়ত প্ৰথমে

মাতষাৰ দিয়ে।

এজন ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান,

আঁতৰি অহা তাটোতকৈ কঠিন,

পাহৰিব খোজাটো অসম্ভৱ।

Leave A Reply