Breaking

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এলেকাত তেলৰ অন্বেষণ আৰু খননত স্থগিতাদেশ

0 1,282

গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এলেকাত থকা অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইলৰ ৭টা হাইড্ৰ’কাৰ্বন প্ৰকল্পত তেলৰ অন্বেষণ আৰু খননত স্থগিতাদেশ জাৰি কৰিছে। এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে কালি এই স্থগিতাদেশ জাৰি কৰে।

Leave A Reply