Breaking

প্রাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীজীৰ জন্মবাৰ্ষিকী উপলক্ষে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ গৌৰৱ গগৈৰ…

0 64

গুৱাহাটী বৰবাৰি স্থিত ‘আমাৰ ঘৰ’ বৃদ্ধাশ্ৰমত ভাৰতৰ শহীদ প্রাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন শ্ৰী ৰাজীৱ গান্ধীজীৰ ৭৯ তম লগতে উপস্থিত থাকে

অসম প্ৰদেশ জন্মবাৰ্ষিকী উপলক্ষে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ গৌৰৱ গগৈৰ । লগতে উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ,প্ৰদেশ কংগ্ৰেছ সাধাৰণ সম্পাদক মানস বৰা,

সম্পাদক শান্তনু শৰ্মা ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ আৰু মাননীয় জুবেৰ আনম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভানেত্রী সাগৰিকা বৰা উপস্থিত থাকে।

Leave A Reply