বিশ্বৰ শীৰ্ষ ২৫ জন ধনী ব্যক্তিৰ তালিকাত নাম নাই গৌতম আদানীৰ… ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় By দৈনন্দিন বাৰ্তা Last updated Feb 24, 2023 0 36 Share গৌতম আদানীয়ে বিশ্বৰ শীৰ্ষ ২৫ জন ধনী ব্য়ক্তিৰ তালিকাত নিজৰ নাম হেৰুৱাইছে। এতিয়া ফৰ্বছ ৰিচ লিষ্টত ২৭ নম্বৰ স্থানলৈ গ’ল আদানী। আনহাতে ব্লুমবাৰ্গৰ বিলিয়নাৰ সূচকাংকত ২৯ নম্বৰ স্থানলৈ হ্ৰাস পাইছে, যাৰ সম্পত্তিৰ পৰিমাণ ৪২.৭ বিলিয়ন ডলাৰ। Gautam Adaniindia 0 36 Share