Breaking

এতিয়াৰে পৰা অসমত চলিব চৰকাৰী BAAYU APP ! ৰেপিড’, অ’লা, উবেৰক প্ৰত্যাহ্বান জনাই চৰকাৰে মুকলি কৰিলে অনুৰূপ BAAYU APP…

0 50

গুৱাহাটীত বন্ধ হোৱাৰ দিশে ৰেপিড’, অ’লা, উবেৰৰ দৌৰাত্ম্য ৷ ৰেপিড’, অ’লা, উবেৰক প্ৰত্যাহ্বান জনাই চৰকাৰে মুকলি কৰিলে অনুৰূপ BAAYU APP ৷

BAAYU APPৰ সুবিধা, কেনেধৰণৰ বাহনে ব্যৱহাৰ কৰিব পাৰিব BAAYU APP ৷

এতিয়াৰে পৰা অসমত চলিব চৰকাৰী BAAYU APP৷ ৰেপিড’, অ’লা, উবেৰৰ বাবে প্ৰত্যাহ্বান BAAYU APP, BAAYU APP মুকলি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ৷

Leave A Reply