স্বাস্থ্য বাৰ্তা

Navratri 2024: নৱৰাত্ৰিৰ সময়ত পিয়াজ আৰু নহৰু নাখাব, শৰীৰৰ হ’ব ৫টা উপকাৰ

তামসিক খাদ্য হিচাপে শ্ৰেণীভুক্ত নৱৰাত্ৰিৰ সময়ত পিয়াঁজ আৰু নহৰু খাব নালাগে বুলি কোৱা হয়। তামাসিক খাদ্য হ’ল সেই খাদ্য যিয়ে শৰীৰত এলাহ, খং আৰু নেতিবাচকতা জগাই তোলে।(Navratri 2024)

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

Boiled Foods: এই ৪ টা খাদ্য উতলাই খালে অধিক স্বাস্থ্যকৰ হৈ পৰে!

কোনবিধ পাচলি কেনেকে খাব লাগিব সেই বিষয়েও আমি জানিব লাগিব। আমাৰ পাকঘৰত এনে বহুতো খাদ্য আছে যিবোৰ অলপ বেলেগ পদ্ধতিৰে ৰান্ধিলে সোৱাদ সলনি হয়।(Boiled Foods)

Choline For Sleep: কলিন সমৃদ্ধ অমিতাই শান্তিপূৰ্ণ টোপনি যোৱাত সহায় কৰিব পাৰে, মগজুৰ বাবেও গুৰুত্বপূৰ্ণ অমিতা

এজন সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দিনটোত প্ৰায় ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাব লাগে। যদি আপোনাৰ টোপনি যোৱাত সমস্যা আছে, তেন্তে ইয়াৰ বাবে আপুনি কলিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব পাৰে।(Choline For Sleep)

World Heart Day 2024: বিশ্ব হৃদয় দিৱস, মূৰৰ বোজাই হৃদয়খনক গধুৰ কৰি তুলে! উশাহ-নিশাহত কষ্ট হয়

মেট্ৰ’ চহৰৰ যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগীৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।(World Heart Day 2024)

Popular