স্বাস্থ্য বাৰ্তা

Cancer। “হাঁহিয়ে কেঞ্চাৰ বেমাৰো ৰোধ কৰিব পাৰি”-গণেশ তামুলী

ৰঙিয়াত বানেশ্বৰ দেৱশৰ্মা ৰাজ্যিক বঁটা প্রদান অনুষ্ঠান সম্পন্ন। দৈনন্দিন বাৰ্তাৰ সেৱা,ৰঙিয়া,২৫ নবেম্বৰ।ৰঙিয়াৰ বিশিষ্ট সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱশৰ্মাৰ সোঁৱৰণত সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ্ ক্রিয়েচনৰ উদ্যোগত আজি 'প্রয়াত বানেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষক বঁটা' শীর্ষক ষষ্ঠ বাৰ্ষিক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Cancer)

Chicken: প্ৰতিদিনে চিকেন খাই নেকি? চিকেন খোৱাৰ ফলত শৰীৰত কেনে প্ৰভাৱ পৰে

ৰেষ্টুৰেণ্টত আমি প্ৰায়ে প্ৰথমে অৰ্ডাৰ কৰোঁ চিকেন।(Chicken)ব্ৰইলা খোৱাৰ বিশেষ ক্ষতি নহয়। আনহতে প্ৰতিদিনে ছাগলী মাংস খালে কলেষ্টেৰল বৃদ্ধি পাই কিন্তু চিকেন খালে এই ভয়ৰ পৰা হাত সাৰিব পাৰে।

Healthy Tiffin: শীতকালত শিশুৰ খাদ্যাভ্যাস সলনি কৰক, এই ৪টা স্বাস্থ্যকৰ খাদ্য শিশুৰ টিফিনত দিয়ক

শীতকালত শিশুৰ এটা সুস্থ শৰীৰৰ বাবে দুপৰীয়াৰ আহাৰত তেওঁলোকৰ বাবে কিছু সোৱাদযুক্ত আৰু পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰক আৰু স্কুললৈ যোৱাৰ সময়ত টিফিনত দিয়ক।(Healthy Tiffin)

Sesame: তিলত প্ৰটিন আৰু কেলচিয়াম থাকে যদিও এই ৫ ৰোগীয়ে খাব নালাগে তিল

তিল খালে শৰীৰৰ বাবে বহুতো উপকাৰ হয়, কিন্তু এই তিল সকলোৱে খোৱা উচিত নহয়।(Sesame)

Fruits in Winter: কমলাৰ লগতে আৰু কি কি ফল শীতকালত নিয়মিতভাৱে খাব লাগে?

অমিতা অন্যতম এবিধ স্বাস্থ্যকৰ ফল। এই মিঠা সোৱাদযুক্ত ফল খালে আপুনি বহুতো উপকাৰ পাব। অমিতাত আঁহ থাকে। এই ফল খালে বদহজমৰ সমস্যা নাইকিয়া হ’ব।(Fruits in Winter)

Popular