Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্বাস্থ্য বাৰ্তা
ৰেফাৰ চিকিৎসালয়লৈ পৰিণত হৈছে সোণাপুৰ জিলা চিকিৎসালয় !
আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ
নলবাৰীত পেপচিকো ইণ্ডিয়াৰ পঞ্চমটো খাদ্য প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
Never Wear Someone else Clothes: বেলেগৰ কাপোৰ কেতিয়াও নিপিন্ধিব! বহু ৰোগৰ আশংকা থাকে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 9, 2024
কাপোৰ আমাৰ দৈনন্দিন জীৱনৰ বাবেই প্ৰয়োজনীয় নহয়, কাপোৰে আমাৰ ব্যক্তিত্বও প্ৰকাশ কৰে। (clothes)সাধাৰণতে হোষ্টেলত থকা বহু ছোৱালীয়ে বা কেতিয়াবা বায়েক-ভনীয়েকে কাপোৰ সাল-সলনি কৰি পিন্ধে। আনৰ কাপোৰ পিন্ধিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতি হ’ব পাৰে। জানো আহক আৰু আনৰ কাপোৰ কিয় কাপোৰ পিন্ধিব নালাগে।(never wear someone else clothes)
7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 7, 2024
সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ দেশজোৰা উদযাপনৰ ষষ্ঠটো দিন পৰ্যন্ত ৩৫ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাৰ পৰা ১.৩৭ কোটি কাৰ্যকলাপ সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ এতিয়ালৈকে শীৰ্ষ অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈছে।
Pressure Cooker Food : প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী নে উপকাৰী…
স্বাস্থ্য বাৰ্তা
দৈনন্দিন বাৰ্তা
-
September 5, 2024
আজিৰ ব্যস্ততা ভৰা জীৱনত প্ৰেছাৰ কুকাৰ অবিহনে পাকঘৰৰ কাম নচলে। সময় ৰাহি, গেছ ৰাহি, কষ্ট কমি যোৱা সকলো হৈ যায় প্ৰেছাৰ কুকাৰত ৰান্ধিলে। কিন্তু...
Effect Of Milk Tea: গাখীৰ চাহে কৰে মানুহক দুৰ্বল! দৈনিক গাখীৰ চাহ খোৱাৰ পৰিনাম কি হ’ব জানি লওক…
স্বাস্থ্য বাৰ্তা
দৈনন্দিন বাৰ্তা
-
September 5, 2024
যদি আপুনি দিনটোত কেইবাবাৰো গাখীৰ চাহ খায়, তেন্তে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গাখীৰ চাহ খাই গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ পূৰ্বে গাখীৰ চাহ খালে শৰীৰৰ কি কি সমস্যা সন্মুখীন হ'ব জানি লওক এই সমূহৰ বিষয়ে।
Milk Benefits: প্ৰতিদিনে এগিলাচ গাখীৰ খালে শৰীৰৰ হ’ব পৰিৱৰ্তন…
স্বাস্থ্য বাৰ্তা
দৈনন্দিন বাৰ্তা
-
September 4, 2024
বহু গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক গাখীৰ খালে অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ ৰোগৰ সম্ভাৱনা কম নহয়। আনকি হৃদযন্ত্ৰৰ ৰোগবোৰো আঁতৰত থাকে। ইয়াত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰে।
1
...
158
159
160
...
656
Page 159 of 656
Popular
৪,০০০ কোটি টকাৰ সম্পত্তিৰ মালিক বিজেপিৰ বিধায়কে মুম্বাইৰ ৰাজপথত ৪ ঘণ্টা ভিক্ষা খুজি লাভ কৰিলে মাত্ৰ ৮৪ টকা!
দৈনন্দিন বাৰ্তা
-
September 16, 2026