Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

সাৱধান হওক অভিভাৱকসকল! এই সমস্যাবোৰ শিশুৰ বৃক্ক সম্পৰ্কীয় যিকোনো ৰোগৰ লক্ষণ হ’ব পাৰে…

স্বাস্থ্য বিশেষজ্ঞৰ মতে বৃক্কৰ ৰোগে শিশুৰ স্বাস্থ্যৰ ওপৰত বহু ধৰণে প্ৰভাৱ পেলায়। আজিকালি অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে শিশুৰ ক্ষেত্ৰতো বৃক্কৰ লগত জড়িত ৰোগ বৃদ্ধি পাইছে। বৃক্কৰ পাথৰ, বৃক্কৰ ক্ষতিৰ দৰে সমস্যা তেওঁলোকৰ মাজত
Read More...

পৰিয়ালৰ হস্তক্ষেপ, পঢ়া-শুনা আৰু চাকৰিৰ মানসিক চাপে হৰম’নৰ ভাৰসাম্য নষ্ট কৰে, এক গৱেষণাত প্ৰকাশ এই…

যৌৱনকালত মানসিক চাপৰ বলি হৈ পৰিছে বহু কিশোৰী। পৰিয়ালৰ হস্তক্ষেপ, পঢ়া-শুনাৰ বোজা আৰু কেৰিয়াৰ গঢ়ি তোলাৰ মানসিক চাপ, এই সকলোবোৰেই তেওঁলোকৰ হৰম’নতো প্ৰভাৱ পেলাইছে। যৌৱনৰ সময়ছোৱা হৈছে জীৱনৰ সেই বৰ্ণিল যাত্ৰা য'ত প্ৰতিটো মুহূৰ্তত এক নতুন
Read More...

শুকান বৰফ কি? যাৰ এটা টুকুৰাই শৰীৰৰ সকলো অংগৰ ক্ষতি কৰিব পাৰে…

শেহতীয়াকৈ শুকান বৰফৰ বাবে গুৰুগ্ৰামৰ লা ফৰেষ্টা কেফে বাতৰিৰ শিৰোনাম দখল কৰিছে। আচলতে ইয়াত এজন ওৱেটাৰৰ বাবে এই ঘটনা সৃষ্টি হৈছিল, যিয়ে ৰাতিৰ আহাৰ খাবলৈ অহা ৫ জনীয়া দল এটাই মাউথ ফ্ৰেছনাৰ হিচাপে শুকান বৰফ পৰিৱেশন কৰিছিল। মানুহে খোৱাৰ লগে
Read More...

এক গৱেষণাৰ দাবীঃ পুৰুষৰ ঘামে নাৰীক আকৰ্ষণ কৰে…

ঘাম কেৱল শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবেই নহয়, বিপৰীত লিংগ (পুৰুষ/মহিলা)কো আকৰ্ষণ কৰাত ভূমিকা ল’ব পাৰে। পুৰষৰ ঘামে নাৰীক আকৰ্ষণ কৰাতও ভূমিকা ল’ব পাৰে। এই চাঞ্চল্যকৰ তথ্য জাৰ্নেল অৱ নিউৰ’ছায়েন্সত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পাইছে। এই
Read More...

এফ ডি এয়ে সন্মতি দিলেঃ সপ্তাহত দুকাপ দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব…

অস্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাসৰ বাবে ডায়েবেটিছৰ ৰোগী অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ৰোগৰ প্ৰতিৰোধ অতি গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ এফ ডি এয়েও প্ৰাকৃতিকভাৱে ডায়েবেটিছ প্ৰতিৰোধৰ উপায় আগবঢ়াইছে।দেশ আৰু বিশ্বত বৃদ্ধি পোৱা ডায়েবেটিছৰ প্ৰতি
Read More...

বৰ্তমান উপবাসে থকা লোকৰ সংখ্যা বৃদ্ধি পাইছে, উপবাসে থকাৰ সুবিধা-অসুবিধাৰ বিষয়ে জানি লওক…

আজিকালি ব্ৰত ৰখা ধাৰাটো বহুত বাঢ়িছে। ওজন কমাবলৈ এক প্ৰধান পদ্ধতিত পৰিণত হৈছে ব্ৰত। ইয়াৰ আঁৰত বিজ্ঞান আছে আৰু বহু অধ্যয়নে ব্ৰত ৰখা পদ্ধতিক সমৰ্থন কৰে। কিন্তু দীৰ্ঘদিন উপবাসে থাকিলে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে আৰু শৰীৰৰ ক্ষতিও
Read More...

৩৮ বছৰ বয়সত সন্তান জন্ম দিব দীপিকা পাডুকনে, ৩০ বছৰৰ পিছত গৰ্ভাৱস্থাত কেনেধৰণৰ জটিলতাৰ সৃষ্টি…

গৰ্ভাৱস্থাৰ বাবে বয়স কিমান উত্তম? ইয়াৰ কোনো পোনপটীয়া উত্তৰ নাই। কিন্তু ২০-৩০ বছৰ বয়সত গৰ্ভধাৰণ কৰা মহিলাৰ তুলনাত ৩০ বছৰৰ পিছত গৰ্ভধাৰণ হোৱা মহিলাসকলে অধিক অসুবিধাৰ সন্মুখীন হয়। আপোনালোকক কওঁ যে দীপিকা পাডুকনেও ৩৮ বছৰ বয়সত এটা সন্তান
Read More...

চিগাৰেট খোৱা ক’লা ওঁঠ কেনেকৈ গোলপীয়া কৰিব…

ওঁঠৰ দাগ পৰা পৰিত্ৰাণ পোৱা সম্ভৱনে? মেকআপেৰে ঢাকি নোযোৱাকৈ ওঁঠৰ ক'লা দাগ কেনেকৈ আঁতৰাব পাৰি, জানি লওক। সকলোৱে বিচাৰে গোলাপী মসৃণ ওঁঠ। কিন্তু নিয়মীয়াকৈ চিগাৰেট খোৱাৰ বাবে ওঁঠৰ কোণত ক’লা দাগ দেখা দিয়ে। কিছুমান মানুহৰ ওঁঠৰ ঠিক তলত ক’লা দাগ
Read More...

বেছিকৈ চাবোন ব্যৱহাৰ নকৰিব! কোমল ছালৰ ৰহস্য কি জানি লওক…

আজি আপোনালোকক কম বলিউদৰ জনপ্ৰিয় অবিনেত্ৰী দীপিকা পাডুকনৰ কথা। পেছাদাৰী প্ৰয়োজন আৰু চলচ্চিত্ৰ চৰিত্ৰৰ বাবে যিমান দামী সাজ-পোছাক পৰিধান কৰিলেও কিন্তু ব্যক্তিগত জীৱনত দীপিকাৰ সাজ-পোছাক ইমান গ্লেমাৰাছ নহয়। প্ৰশ্ন হয় যে দীপিকাই ছালৰ যত্নৰ
Read More...

২৪ ঘণ্টা নাখালে কি হ’ব? ভোকত থকা সুবিধা-অসুবিধাৰ বিষয়ে জানি লওক…

২৪ ঘন্টাতকৈ অধিক সময় ভোকত থাকিলে কেৱল আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰাই নহয় আপোনাৰ মানসিক আৰু আৱেগিক স্বাস্থ্যও নষ্ট হয়, সেয়েহে কিছু ব্যৱধানৰ পিছত কিবা এটা খাব লাগে। ভোকত থকাটো কেৱল অসহ্যকৰ অভিজ্ঞতাই নহয় , ই আমাৰ স্বাস্থ্যৰ
Read More...