স্বাস্থ্য বাৰ্তা

বৃদ্ধ বয়সতো চকুৰ দৃষ্টিশক্তি ভালে থাকিব। খাব লাগিব এইসমূহ খাদ্য…

খাদ্যাভ্যাস আৰু জীৱনশৈলী বাবে বৰ্তমান সময়ত বহু লোকে চকুৰ সমস্যাৰ সৈতে যুঁজি আছে। এনে পৰিস্থিতিত আপুনি এই খাদ্য সামগ্ৰীসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি...

সুস্থ আৰু উজ্জ্বল ছালৰ বাবে জিংক অতি গুৰুত্বপূৰ্ণ। শৰীৰত জিংকৰ অভাৱ কিদৰে পূৰণ কৰিব…

আমাৰ শৰীৰৰ বাবে যেনেকৈ আন আন পুষ্টিকৰ উপাদানৰ প্ৰয়োজন, একেদৰে জিংক শৰীৰৰ বাবেও অতি প্ৰয়োজনীয়। শৰীৰত জিংকৰ অভাৱ পূৰণ কৰিবলৈ কিছুমান লোকে ঔষধ আৰু...

মুখত ‘open pores’ পৰিছে নেকি? open poresএ মুখৰ সৌন্দৰ্যত বাধাৰ সৃষ্টি কৰে…

আমাৰ ছালখন অতি সংবেদনশীল আৰু আমাৰ খাদ্য, পানী, টোপনি আৰু প্ৰতিটো কামে আমাৰ ছালত প্ৰভাৱ পেলায়। ছালৰ যত্নৰ ৰুটিনও মানি চলিব লাগে যাতে ছালখন...

খাদ্যত এই মছলাবোৰ ব্যৱহাৰ কৰক, শৰীৰ সদায় ফিট হৈ থাকিব…

মছলাঃ ভাৰতত ৰন্ধা-বঢ়াৰ বাবে বহু ধৰণৰ মছলা ব্যৱহাৰ কৰা হয়। আজি আমি আপোনালোকক ক'ম যে আপুনি ৰন্ধা-বঢ়া কৰাৰ সময়ত কোনবোৰ মছলা ব্যৱহাৰ কৰিব লাগে।...

বেয়া খাদ্যৰ বাবে প্ৰতিদিনে ৩৪০ টা শিশুৰ মৃত্যু হয়, বিশ্বৰ ১৬ লাখ লোক প্ৰতিদিনে অসুস্থ…

বিশ্ব খাদ্য সুৰক্ষা দিৱস ২০২৩: প্ৰতি বছৰে ৭ জুনত বিশ্বই বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰে। এই দিৱস উদযাপন কৰাৰ আঁৰৰ কাৰণ এইটোৱেই যাতে...

Popular